২০ সহস্ৰাধিক লোকৰ উপস্থিতিত জামিয়াৰ বাৰ্ষিক সমাৱৰ্তন সম্পন্ন

২০ সহস্ৰাধিক লোকৰ উপস্থিতিত জামিয়াৰ বাৰ্ষিক সমাৱৰ্তন সম্পন্ন

◆জমিৰ উদ্দিন তালুকদাৰ◆ উত্তৰ-পূৱৰ সৰ্ববৃহৎ ইছলামী আৰু আধুনিক শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ ৭৪ তম বাৰ্ষিক সমাৱৰ্তন আৰু পবিত্ৰ বুখাৰী খতম অনুষ্ঠান আজি জামিয়াৰ বাকৰিত সম্পন্ন হয়৷ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আহমদ আনফৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে হবিব মোহাম্মদ চৌধুৰী নেতৃত্বাধীন মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিয়ে বিগত এটা বৰ্ষত সম্পন্ন কৰা … Read more

সৌন্দৰ্য্য চৰ্চাৰ জড়িয়তে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিছে ফাৰ্হানা মিৰ্জাই

সৌন্দৰ্য্য চৰ্চাৰ জড়িয়তে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিছে ফাৰ্হানা মিৰ্জাই

ডিজিটেল সেৱা, নগাঁও : সৌন্দৰ্য্য চৰ্চাৰ জড়িয়তে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নগাঁও চহৰৰ কছলুখোৱাৰ এগৰাকী ছাত্ৰীয়ে। দেশৰ আগশাৰীৰ বেচৰকাৰী সংস্থা SPARK যে গুৱাহাটীত আয়োজন কৰা “মিছ নৰ্থইষ্ট ইণ্ডিয়া” ত অংশ গ্ৰহণ কৰি বিজয়ী হৈ নগাঁৱৰ ফাৰ্হানা মিৰ্জাই নিজৰ জন্মস্থান নগাঁৱৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চহৰখনৰ কছলুখোৱাৰ নিবাসী আতুৱাৰ হুছেইন আৰু … Read more