বঢ়মপুৰত ঘৰৰ পৰা ভোটদান প্ৰক্ৰিয়াত উপস্থিত সাধাৰণ পৰ্যবেক্ষক

বঢ়মপুৰত ঘৰৰ পৰা ভোটদান প্ৰক্ৰিয়াত উপস্থিত সাধাৰণ পৰ্যবেক্ষক

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলাত আজি দ্বিতীয় দিনাও বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণকাৰী দলৰ দ্বাৰা ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰা প্ৰক্ৰিয়া অব্যাহত আছে। আজি বঢ়মপুৰ বিধানসভা সমষ্টিত এই প্ৰক্ৰিয়া সাধাৰণ পৰ্যবেক্ষকেও পৰ্যবেক্ষণ কৰে। সমষ্টিটোৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক শিৱপ্ৰসাদ আইয়ে নিজ কঠিয়াতলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৭১ নং ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ ৮৭ বছৰীয়া ৰেণুৱালা মণ্ডলৰ … Read more