নগাঁৱত ডাক বেলট যোগে ভোট দিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই
ডিজিটেল সেৱা: নগাঁও জিলাত আজিৰে পৰা নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বাবে ডাক বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলৰ লগতে নিজৰ গৃহ সমষ্টিৰ বাহিৰত কৰ্তব্যত নিয়োজিত ভোটাৰসকলৰ সুবিধাৰ্থে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা পোষ্টেল বেলট কোষত আজি প্ৰথম দিনা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ডাক বেলটযোগে প্ৰথমটো ভোট প্ৰদান কৰি এই … Read more