দৃষ্টিহীন কামেশ্বৰ বৰাক সম্বৰ্ধনা জনায় আজমল ফাউণ্ডেচনৰ সঞ্চালক ড°খচৰুল ইছলামে
ডিজিটেল সেৱা,হোজাই: দৰিদ্ৰতা আৰু দৃষ্টিহীনতা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। তাৰ জলন্ত উদাহৰণ লংকাৰ বামুণগাঁৱৰ কামেশ্বৰ বৰা। ৫ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা কামেশ্বৰ বৰাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৯.১৬ % লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ লংকাকে ধৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে কামেশ্বৰ বৰাই। ছাত্ৰগৰাকীৰ এই সফলতাক সন্মান … Read more