আজমল ইন্সটিটিউটৰ পৰা ২৮৭৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰথম বিভাগত উত্তীৰ্ণ
ডিজিটেল সেৱা, হোজাই: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূৰান্ত পৰীক্ষাত আজমল ফাউণ্ডেচনৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহে পুনৰবাৰ ৰাজ্যৰ ভিতৰতে এক ঈৰ্ষণীয় ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজমল ছুপাৰ ৪০-ৰ লগতে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৩৬২০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৮৭৩ গৰাকীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অভিলেখ সৃষ্টি কৰিছে। ৫০০ তকৈ অধিক শিক্ষাৰ্থী … Read more