১৩ মে’ৰ পৰা ১৫ মে’লৈ চীনত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প
ডিজিটেল ডেস্ক:১৩ মে’ৰ পৰা ১৫ মে’লৈ চীনত উপস্থিত থাকিব ডোনাল্ড ট্ৰাম্প। প্ৰায় ৯ বছৰৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীন ভ্ৰমণ কৰিব। চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে ইৰাণৰ সৈতে আমেৰিকাৰ বৰ্তমানৰ পৰিস্থিতি, বাণিজ্য, পাৰমাণৱিক অস্ত্ৰ আদি বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে। যিসময়ত ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ, হৰমুজ প্ৰণালীত নাকাবন্দী আদি কাৰণত সমগ্ৰ বিশ্বত খাৰুৱা তেল, … Read more