উত্তৰ খাটোৱালত ভূৱা কৱৰস্থান সজাই চৰকাৰী ধন আত্মসাতৰ ফন্দি !
ডিজিটেল সেৱা: নগাঁও জিলাৰ গড়াজান উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ খাটোৱাল গাওঁ পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিৰ (15TH FINANCE COMMISSION) ধন চৰকাৰী নীতি-নিৰ্দেশনাক চুড়ান্ত অৱমাননা কৰি আচঁনিৰ ধন সৰকাই অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলি অলপতে পঞ্চায়তটোৰ একাংশ ৰাইজে নগাঁও জিলা আয়ুক্ত ,নগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ লগতে গড়াজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে লিখিত … Read more