মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী গুলীবিদ্ধ হৈ নিহত
ডিজিটেল সেৱা, নগাঁও : নগাঁও জিলাৰ ৰাঙলুৰ বৰকন্দলী মিকিৰপাৰ অঞ্চলত সোমবাৰে নিশা প্ৰায় ২ বজাত আৰক্ষী আৰু ডকাইতৰ এটা দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এটা কুখ্যাত ডকাইত নিহত হয় ৷ উল্লেখ্য যে এই ডকাইতটো বিগত এপ্ৰিল মাহত নগাঁও জিলাৰ মৰিকলঙত সংঘটিত ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল ৷ নিহত ডকাইত খাইৰুল আলীক আৰক্ষীৰ … Read more