নগাঁও জিলাৰ ৫১ গৰাকী সখীৰ মাজত জিলা আয়ুক্তৰ লেপটপ বিতৰণ

নগাঁও জিলাৰ ৫১ গৰাকী সখীৰ মাজত জিলা আয়ুক্তৰ লেপটপ বিতৰণ

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলাৰ গ্ৰাম্যাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া আৰু অধিক প্ৰসাৰ তথা সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ গ্ৰামীণ অৰ্থনীতিক ডিজিটেল দিশেৰে আগুৱাই নিয়াত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা নগাঁও জিলাৰ নিৰ্বাচিত বেংকিং প্ৰতিনিধি (বিচি) সখী আৰু ডিজিটেল লেনদেনকাৰী (ডিজিপে) সখীসকলক আনুষ্ঠানিকভাৱে একোটাকৈ লেপটপ বিতৰণ কৰে। সখীসকলৰ ডিজিটেল সেৱা প্ৰদানৰ ক্ষমতা আৰু অধিক … Read more

পশ্চিম জলাহ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক জীতেন চন্দ্র ৰাজখোৱাৰ দেহাবসান 

পশ্চিম জলাহ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক জীতেন চন্দ্র ৰাজখোৱাৰ দেহাবসান 

ডিজিটেল সেৱা:  নগাঁও জিলাৰ পশ্চিম জলাহ গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজহিতৈষী ,ধাৰ্মিক জীতেন চন্দ্র ৰাজখোৱাৰ দেৱ শনিবাৰে পুৱা ২-২০ বজাত বৈকুণ্ঠগামলৈ গতি কৰে। তেখেতে প্ৰধান শিক্ষকতাৰ  দৰে মহান সেৱাত ব্ৰতী হৈ জ্ঞানৰ বন্তি জ্বলাই জ্বলাই  অৱসৰ গ্রহণ কৰিছিল। ইয়াৰ পিছতে নগাঁও জিলাৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বৰপাঠৰী জলাহ উজৰা শঙ্কৰী কৃষ্টি সমাজৰ সভাপতি/সম্পাদকৰ দৰে গুৰু … Read more