নগাঁও আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা

নগাঁও আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা

অদিতি সেৱা, নগাঁও: নগাঁও জিলাৰ নৱ নিযুক্ত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই মঙ্গলবাৰে নগাঁৱত উপস্থিত হৈ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কৃষি, জলসিঞ্চন আদি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীজনে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বুজ লৈ কয় যে, চৰকাৰে নতুনকৈ … Read more