কলিয়াবৰ কামাখ্যা গাঁৱত বাঘৰ প্ৰৱেশক লৈ প্ৰশাসনৰ নিষেধাজ্ঞা

কলিয়াবৰ কামাখ্যা গাঁৱত বাঘৰ প্ৰৱেশক লৈ প্ৰশাসনৰ নিষেধাজ্ঞা

ডিজিটেল সেৱা, কলিয়াবৰ: কলিয়াবৰ সম-জিলাৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা কাষৰীয়া গাঁৱত আজি দুটা ঢেকীয়াপতীয়া বাঘৰ প্ৰৱেশক কেন্দ্ৰ কৰি আৰু ইয়াৰ পৰা মানুহৰ জীৱনৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সম-জিলা প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে উক্ত স্থানত মানুহৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেই অনুসৰি কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা গাঁও/সোনাৰি গাঁও আৰু ইয়াৰ … Read more

ডবকাৰ উদমাৰী পানী যোগান আঁচনিত ১০ কোটি ব্যয়ৰ পিছতো নোলায় পানী !

ডবকাৰ উদমাৰী পানী যোগান আঁচনিত ১০ কোটি ব্যয়ৰ পিছতো নোলায় পানী !

◆জমিৰ উদ্দিন তালুকদাৰ◆ ভাৰত চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি জলজীৱন আঁচনিৰ নামত কোটি কোটি টকা চৰকাৰে ব্যয় কৰাৰ পিছতো গঞা ৰাইজে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ হোজাই জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত উদমাৰী পানী যোগান আঁচনিৰ নামত ২০০৯-১০ বিত্তীয় বৰ্ষত ৭ কোটি ৪৭ লাখ ১৫ হাজাৰ টকা মোকলাই দিছিল৷ একেটা আঁচনিৰ মেৰামতিৰ বাবদ একেটা বিত্তীয় … Read more

নগাঁও জিলাৰ খহনীয়া পীড়িত হাতীমূৰা অঞ্চল পৰিদৰ্শন জিলা আয়ুক্তৰ

নগাঁও জিলাৰ খহনীয়া পীড়িত হাতীমূৰা অঞ্চল পৰিদৰ্শন জিলা আয়ুক্তৰ

ডিজিটেল সেৱা,কলিয়াবৰ: নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই হাতীমূৰাৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলা আয়ুক্ত‌ই জলসম্পদ বিভাগে হাতত লোৱা খহনীয়া প্ৰতিৰোধমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ নগাঁও জলসম্পদ সংমণ্ডলৰ বিষয়াবৰ্গৰ সৈতে খহনীয়া ৰোধ কৰাত দেখা দিয়া সমস্যা আৰু তাৰ প্ৰতিকাৰ সম্পৰ্কত গুৰুত্ব সহকাৰে আলোচনা কৰে। ক্ৰমাগত খহনীয়াৰ কবলত পৰা জনবসতি, কৃষিভূমি আৰু … Read more

নগাঁৱত আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰে জিলা আয়ুক্তই

নগাঁৱত আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰে জিলা আয়ুক্তই

ডিজিটেল সেৱা: নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা অহা ১৮ জুনলৈ অনুষ্ঠিত হৈছে নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা ২০২৬। নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰ নুৰুল আমিন ষ্টেডিয়ামত উৎসাহ-উদ্দীপনাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। উদ্বোধনী ভাষণত জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ উন্নয়নত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় … Read more