১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি

ডিজিটেল সেৱা: ১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি । তিনিদিনীয়া কাৰ্যসূচীৰে আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰী নীলিমা দেৱীয়ে।গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত–জাপানৰ উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচিয়ে ৷ উল্লেখ্য যে, ৬ বছৰ পাছত পুনৰ অসমলৈ আহিবলৈ সাজু হৈছে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। ১ জুলাই পৰা ৩ জুলাইলৈ … Read more

শিশুক শিক্ষাৰ সুস্থ পৰিৱেশ দিয়াটো সামাজিক দায়িত্ব: জিলা আয়ুক্ত

শিশুক শিক্ষাৰ সুস্থ পৰিৱেশ দিয়াটো সামাজিক দায়িত্ব: জিলা আয়ুক্ত

ডিজিটেল সেৱা : “শিশুসকল আমাৰ সমাজৰ ভৱিষ্যত আৰু প্ৰতিটো শিশুৰ বাবে শিক্ষাৰ এক সুস্থ পৰিৱেশ নিশ্চিত কৰাটো আমাৰ এক যৌথ সামাজিক দায়িত্ব” । বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে কালি চামগুৰিত অনুষ্ঠিত জিলা ভিত্তিত এখন সজাগতা সভাত উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই দৰে কয়। নগাঁও জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত, জিলা প্ৰশাসন আৰু … Read more

সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি

সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি

ডিজিটেল সেৱা: সমগ্ৰ বিশ্বৰ লগতে অহা ২১ জুনত নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে আয়োজন কৰা হৈছে। সেই অনুসৰি বিগত বছৰ সমূহৰ দৰে এইবেলিও নগাঁও আৰক্ষী ছাউনীত জিলা প্ৰশাসনৰ মূল অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত স্থানীয় বিধায়ক, জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আদিৰ লগতে আন আন বিশিষ্ট অতিথি, স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ লোক, ছাত্ৰ-ছাত্ৰী … Read more