নগাঁও জিলাৰ সকলো উন্নয়ন খণ্ডত ১৮-২০ জুনত জনকল্যান শিবিৰ
ডিজিটেল সেৱা, নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ত তিনিদিনীয়া জনসেৱা মূলক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। সেই অনুসৰি অহা ১৮ ৰ পৰা ২০ জুনলৈ জিলাখনৰ ১৩ টা উন্নয়ন খণ্ডৰ এলেকাৰ প্ৰতিটোতে এটাকৈ তিনি দিনীয়া “জনকল্যাণ শিবিৰ” অনুষ্ঠিত হ’ব য’ত কেন্দ্ৰীয় চৰকাৰ … Read more