‘কলাগুৰু’ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

‘কলাগুৰু’ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিজিটেল সেৱা, নগাঁও: অসমীয়া সংস্কৃতিৰ পূজাৰী, বিপ্লৱী শিল্পী ‘কলাগুৰু’ বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ পুণ্যতিথিত মহান শিল্পীগৰাকীক নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰাও আজি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বৰেণ্য শিল্পীগৰাকীক স্মৰণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব দীপক জিদুং, জিলা আয়ুক্ত দেৱাশীষ … Read more

নগাঁৱত নীট পৰীক্ষাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দীপক জিদুংকৰ সৈতে পৰ্যালোচনা

নগাঁৱত নীট পৰীক্ষাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দীপক জিদুংকৰ সৈতে পৰ্যালোচনা

ডিজিটেল সেৱা: মাজত মাত্ৰ কেইটিমান ঘণ্টাৰ পিছতে কাইলৈ অৰ্থাৎ ২১ জুন, দেওবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’ব দেশৰ চিকিৎসা বিজ্ঞানৰ সৰ্ববৃহৎ প্ৰৱেশ পৰীক্ষা ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) অৰ্থাৎ নীট (ইউজি) ২০২৬। অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব দীপক জিদুংক এই পৰীক্ষাৰ নগাঁও জিলাৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। … Read more