নগাঁৱত মহৰমৰ প্ৰস্তুতিমূলক সভা:শান্তি-শৃংখলা বজাই ৰখাৰ আয়ুক্তৰ আহ্বান

নগাঁৱত মহৰমৰ প্ৰস্তুতিমূলক সভা:শান্তি-শৃংখলা বজাই ৰখাৰ আয়ুক্তৰ আহ্বান

ডিজিটেল সেৱা: কাইলৈ ইছলাম ধৰ্মৰ পবিত্ৰ মহৰম নগাঁও জিলাত শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে উদযাপন কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ লগতে ইছলাম ধৰ্মৰ নেতৃস্থানীয় লোক সকলৰ সৈতে এক আলোচনাত মিলিত হয়। নগাঁও আৰক্ষী ছাউনীৰ সভাকক্ষত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ উদ্যোগত অনুষ্ঠিত গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক বৈঠকখনত মহৰম উপলক্ষে আয়োজন কৰিবলগীয়া বিভিন্ন … Read more

শিৱসাগৰ সমষ্টিৰ লোণপুৰীয়া অঞ্চলৰ জৰাজীৰ্ণ পথে জীয়াতু ভুগাইছে ৰাইজক

শিৱসাগৰ সমষ্টিৰ লোণপুৰীয়া অঞ্চলৰ জৰাজীৰ্ণ পথে জীয়াতু ভুগাইছে ৰাইজক

ডিজিটেল সেৱা, গেলেকী: পূৰ্বৰ আমগুৰি আৰু বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শিৱসাগৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা নামতি আলি গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ লোণপুৰীয়া অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথে বিগত কেইবাবছৰো ধৰি স্থানীয় সৰ্বসাধাৰণ ৰাইজক তীব্ৰ জীয়াতু ভুগাই আহিছে। উল্লেখযোগ্য যে, পূৰ্বতে এই অঞ্চলটো আমগুৰি সমষ্টিৰ অধীনত থাকোঁতে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই পথচোৱাৰ উন্নয়নৰ বাবে কোনো বিশেষ … Read more