শংকৰদেৱৰ জন্মস্থানৰ আকৰ্ষণ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ

শংকৰদেৱৰ জন্মস্থানৰ আকৰ্ষণ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ

ডিজিটেল সেৱা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা সমগ্ৰ পথছোৱাক নান্দনিক ৰূপ দিয়াৰ বাবে এক নৱতম সেউজ পদক্ষেপ হিচাপে নগাঁও চহৰৰ পৰা ঐতিহাসিক বটদ্ৰৱা ধাম পৰ্যন্ত পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি এক সুন্দৰ, শীতল আৰু প্ৰকৃতি-অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথচোৱাৰ পৰিৱেশ সুৰক্ষাৰ লগতে … Read more