৪১ বছৰ শিক্ষকতা কৰা শিক্ষক আব্দুছ ছাত্তাৰৰ বিদায় সভা
ডিজিটেল সেৱা: আজি উদমাৰি অঞ্চলত এক গম্ভীৰ আৰু মৰমময় পৰিৱেশত এজন বিশিষ্ট শিক্ষক আব্দুছ ছাত্তাৰ মহোদয়ৰ বিদায় সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। দীৰ্ঘ প্ৰায় ৪১ বছৰ ধৰি মধ্য উদমাৰি মোক্তাৱ স্কুলৰ শিক্ষা ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা এই গৰাকী শিক্ষকৰ অৱসৰ উপলক্ষে অঞ্চলবাসীয়ে গভীৰ শ্ৰদ্ধাৰে তেওঁক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।প্ৰাক্তন ছাত্ৰ তৈয়াবুৰ ৰহমানৰ সভপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্দ্ধনা … Read more