গেলেকীৰ ন-পুখুৰী গাঁও পঞ্চায়তত বিনামূলীয়া পশু চিকিৎসা শিৱিৰ সম্পন্ন
ডিজিটেল সেৱা, গেলেকী: শিৱসাগৰ জিলাৰ গেলেকীৰ ন-পুখুৰী গাঁও পঞ্চায়তত আজি এক বিনামূলীয়া পশু চিকিৎসা তথা সজাগতা শিৱিৰ সফলতাৰে সম্পন্ন হৈ যায়। পশুধনৰ সুস্বাস্থ্য আৰু বিভিন্ন ৰোগ-ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্য আগত ৰাখি এই শিৱিৰৰ আয়োজন কৰা হয়। অঞ্চলটোৰ পশুপালকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা এই বিশেষ শিৱিৰটোত ৰাজ্যৰ পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা এক অভিজ্ঞ চিকিৎসকৰ দলে … Read more