১২৫ দিন বা তাতোধিক সময় মৃতদেহ কেনেকৈ সংৰক্ষণ কৰা হয় ?

১২৫ দিন বা তাতোধিক সময় মৃতদেহ কেনেকৈ সংৰক্ষণ কৰা হয় ?

◆ৱাহিদ আলী◆: চিকিৎসা বিজ্ঞানৰ দ্ৰুত প্ৰগতিৰ ফলত আজিৰ সময়ত মৃতদেহ সংৰক্ষণ কৰাটো কোনো অসম্ভৱ কাম নহয়। কোনো বিশেষ পৰিস্থিতিত বা প্ৰয়োজনত যদি মৃতদেহ দীৰ্ঘদিন ধৰি সংৰক্ষণ কৰি ৰাখিবলগীয়া হয়, তেন্তে আধুনিক বিজ্ঞানত ‘এম্বামিং’ (Embalming) নামৰ এক বিশেষ পদ্ধতিৰ সহায় লোৱা হয়। শেহতীয়াকৈ এই পদ্ধতি পুনৰ চৰ্চালৈ আহিছে।এম্বামিং প্ৰক্ৰিয়া কেনেদৰে সম্পন্ন কৰা হয়? এম্বামিং হৈছে এক … Read more

ব্যৱসায়ৰ বিপৰীতে বিশ্বাসযোগ্য সেৱা প্ৰদানৰ উদ্দেশ্যে নগাঁৱত শুভাৰম্ভ স্বাস্থ্যসেৱা প্ৰতিষ্ঠান

ব্যৱসায়ৰ বিপৰীতে বিশ্বাসযোগ্য সেৱা প্ৰদানৰ উদ্দেশ্যে নগাঁৱত শুভাৰম্ভ স্বাস্থ্যসেৱা প্ৰতিষ্ঠান

বিশেষকৈ সন্তানহীন মহিলাৰ বাবে সুখবৰ কঢ়িয়াই আনিছে নগাঁও চহৰৰ ধিংগেইটত শুভাৰম্ভ হোৱা হেল্থ কেয়াৰ নামৰ উন্নত স্বাস্থ্য সেৱা প্ৰতিষ্ঠানে। শুক্ৰবাৰে নগাঁও চহৰৰ ধিং গেইটৰ ডিউ কেয়াৰ নাৰ্চিং হোমৰ সমীপত হেল্থ কেয়াৰ মেডিকেল নামৰ ফাৰ্মাচী শুভাৰম্ভ কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। বিশ্বাসযোগ্য আৰু উন্নত চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে … Read more