বিন্নাকান্দিৰ চাৰিং গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত ধন লুণ্ঠন
◆জমিৰ উদ্দিন তালুকদাৰ◆ হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিং পথাৰ গাওঁ পঞ্চায়তখনৰ সভানেত্ৰী আবিদা বেগম আৰু তেওঁৰ স্বামী মামুন ৰচিদৰ বিৰুদ্ধে পঞ্চায়তখনত আবন্টিত উন্নয়নমূলক আঁচনিত ব্যাপক অনিয়মৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে পঞ্চায়ত৷ আজি গাওঁ পঞ্চায়তখনৰেই একাংশ লোকে পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত এই দুৰ্নীতিক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়তৰখনৰ কাম … Read more