নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ চেকনী চাহবাগিচা পৰিদৰ্শন
ডিজিটেল সেৱা,কলিয়াবৰ: নগাঁও জিলাৰ জখলাবন্ধাস্থিত চেকনী চাহ বাগিচাত চলি থকা তলাবন্ধ আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহৰ খতিয়ান লোৱাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি সন্ধিয়া বাগিচাখন পৰিদৰ্শন কৰে। কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱাৰ সৈতে সমগ্ৰ চেকনী চাহ বাগিচা অঞ্চলটো পৰিদৰ্শন কৰি তলাবন্ধৰ বাবে বাগিচাখনত পূৰ্বতে কৰ্মৰত শ্ৰমিকসকলে বৰ্তমান দৈনিক জীৱন প্ৰবাহ চলাই নিয়াত সন্মুখীন … Read more