তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰৰ JAS কমিটিৰ সভাত একাধিক প্ৰস্তাৱ

তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰৰ JAS কমিটিৰ সভাত একাধিক প্ৰস্তাৱ

◆ছফিৰ উদ্দিন, তাৰাবাৰী◆ উত্তৰ নগাঁৱৰ সংখ্যালঘু অধ্যুষিত বৰ্তমানৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তাৰাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰত আজি JAS (Jan Arogya Samiti) কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা ,সভানেত্ৰী তথা গড়াজান জিলা পৰিষদৰ সদস্যা মমতাজ বেগমৰ সভাপতিত্বত অনুষ্ঠিত হয় । সভাত চিকিৎসক ডাঃ আয়ুৱ জাবেদ, JAS কমিটিৰ সদস্যবৃন্দ তথা স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । সভাত অঞ্চলবাসীৰ স্বাস্থ্যসেৱা অধিক … Read more

নগাঁও জিলাৰ বেঙেনাআটিত জল জীৱন মিছনৰ অচল অৱস্থা

নগাঁও জিলাৰ বেঙেনাআটিত জল জীৱন মিছনৰ অচল অৱস্থা

ডিজিটেল সেৱা, নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আচঁনি জল জীৱন মিছনৰ বৰ্তমান অচল অৱস্থা। নগাঁও জিলাৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বেঙেনাআটিৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে বেঙেনাআটিত দুটাকৈ স্থানত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ (নগাঁও সংমণ্ডলে) জল জীৱন মিছনৰ অধিনত কেইবা কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিছিল দুটাকৈ পানী যোগান আঁচনি। ইয়াৰে … Read more

গাঁৱত বাল্য বিবাহ কৰি পদ হেৰুৱালে নিৰ্বাচিত ৱাৰ্ড মেম্বাৰে

গাঁৱত বাল্য বিবাহ কৰি পদ হেৰুৱালে নিৰ্বাচিত ৱাৰ্ড মেম্বাৰে

ডিজিটেল সেৱা, নগাঁও: বাল্য বিবাহত জড়িত হৈ গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদ হেৰুৱালে নগাঁও জিলাৰ মহেৰিপাৰ গাওঁ পঞ্চায়তৰ সদস্য আজিজুৰ ৰহমানে। জিলাখনৰ বগৰিগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত উক্ত গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যজনে নিৰ্বাচনৰ সময়ত নথি জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হোৱাত জিলা আয়ুক্তৰ নিৰ্দেশক্ৰমে কৰা তদন্তত এই কথা স্পষ্ট হয় যে, তেওঁ নাবালক অৱস্থাতে … Read more

নগাঁও ছোৱালী কলেজত ঔদ্যোগিক প্ৰশিক্ষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

নগাঁও ছোৱালী কলেজত ঔদ্যোগিক প্ৰশিক্ষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা: নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০’ -ৰ অধীনৰ উদ্যোগ বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ (ইডিপি)আজি জিলা আযুক্ত দেৱাশীষ শৰ্মাই পৰিদৰ্শন কৰে। প্ৰশিক্ষণত অংশগ্ৰহণ কৰা যুৱক -যুৱতীসকলক উদ্দেশ্যি আয়ুক্ত গৰাকীয়ে দিয়া চমু ভাষণত কয় যে, কেৱল চাকৰিৰ পিছত নুঘূৰি নিজকে এজন সফল উদ্যোগী হিচাপে গঢ়ি তোলাটোৱে হৈছে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ … Read more