নগাঁৱত লোকপিয়লৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰিবলৈ আহ্বান আয়ুক্তৰ
ডিজিটেল সেৱা, নগাঁও: লোকপিয়ল ২০২৭ ৰ বাবে নিযুক্তিপ্ৰাপ্ত জিলাখনৰ গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী যোৱা ২০ জুলাইৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। এই উপলক্ষে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গণনাকাৰী আৰু পৰিদৰ্শক সকলৰ বাবে কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী কালি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ উদ্বোধনী ভাষণত উপস্থিত … Read more