ইণ্ডিয়ান বেংকে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১.২০ কোটি টকাৰ সাহাৰ্য্য আগবঢ়ায়
ডিজিটেল সেৱা, গুৱাহাটী: অসমৰ শেহতীয়া বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইণ্ডিয়ান বেংকে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ১.২০ কোটি টকাৰ সাহায্য আগবঢ়াইছে। বেংকটোৰ ফিল্ড জেনেৰেল মেনেজাৰ শ্ৰী বিনু জে পিল্লাই আৰু জনেল মেনেজাৰ শ্ৰী আলোক কুমাৰে আনুষ্ঠানিকভাৱে এই সাহাৰ্য্যৰ চেকখন অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে। এই সাহায্য পুঁজিৰ ধনসমূহ চৰকাৰে বানাক্ৰান্ত পৰিয়ালসমূহক ১৫,০০০ … Read more