সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ আঁচনিৰ পুনৰাম্ভণি মুখ্যমন্ত্ৰীৰ

সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ আঁচনিৰ পুনৰাম্ভণি মুখ্যমন্ত্ৰীৰ

ডিজিটেল সেৱা, ৰহা : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাৰ কমাৰজান গাঁৱৰ সুৰেন পাটৰৰ সুলভ মূল্যৰ দোকানৰ প্ৰাঙ্গণত আয়োজিত এক কাৰ্যসূচীত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ বাবে ৰাজ্যতে সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ আঁচনিৰ পুনৰাম্ভণি কৰে। উল্লেখ্য যে, আঁচনিখনৰ পুনৰাম্ভণি হোৱাৰ পিছত হিতাধিকাৰীসকলে প্ৰতি কিলোগ্ৰাম মচুৰ দাইল ৭০ টকা আৰু চেনি ৬০ … Read more

সকলোকে নিজৰ ঘৰত পতাকা আৰি দিয়াৰ আহ্বান জিলা আয়ুক্তৰ

সকলোকে নিজৰ ঘৰত পতাকা আৰি দিয়াৰ আহ্বান জিলা আয়ুক্তৰ

ডিজিটেল সেৱা, নগাঁও: দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো কালিৰে পৰা আৰম্ভ হৈছে “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে অহা ১২ আগষ্টত নগাঁও চহৰৰ পৰা বাইক ৰেলী উলিওৱা হ’ব। আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, জিলা পথ সুৰক্ষা সমিতিৰ … Read more

জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ সপ্তম কাব্যানুষ্ঠান সম্পন্ন

জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ সপ্তম কাব্যানুষ্ঠান সম্পন্ন

◆জমিৰ উদ্দিন তালুকদাৰ◆ ৯ আগষ্ট দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ মানিকচন্দ্ৰ ভৱনত ‘জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ সপ্তম কাব্যানুষ্ঠান’ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয়। সাহিত্য-সংস্কৃতিৰ উৎকৰ্ষ সাধন আৰু সৃজনশীল চিন্তাৰ বিকাশৰ উদ্দেশ্যে জোনাকী সাহিত্য-সংস্কৃতি মঞ্চৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়ৰ ‘সন্ধান’ সাহিত্য গোটৰ সহযোগত আয়োজিত কাব্যানুষ্ঠানটি সেইদিনা পুৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ হীৰেন ডেকাই। অনুষ্ঠানৰ … Read more

কৃত্ৰিম বানৰ কৱলত ডবকা-মোৰাঝাৰ: মীন পালকৰ হাহাকাৰ

কৃত্ৰিম বানৰ কৱলত ডবকা-মোৰাঝাৰ: মীন পালকৰ হাহাকাৰ

◆জমিৰ উদ্দিন তালুকদাৰ ◆ যোৱা কিছুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ সমান্তৰালভাৱে নলা-নৰ্দমা, পানী নিষ্কাশন ব্যৱস্থাৰ অভাৱ আৰু বিভিন্ন স্থানত অবাধে পানীৰ গতিপথ ৰোধ কৰাৰ ফলত হোজাই জিলাৰ ডবকা আৰু মোৰাঝাৰ অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিস্তীৰ্ণ কৃষিভূমি পানীৰ তলত যোৱাৰ লগতে বহু মীন পালকৰ পুখুৰী উপচি পৰাত ব্যাপক ক্ষতিৰ আশংকা … Read more