নগাঁৱত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা তুলিলে পীযুষ হাজৰীকাই
ডিজিটেল সেৱা, নগাঁও: সমগ্ৰ দেশৰ লগতে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত গাম্ভীৰ্যপূৰ্ণ তথা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। এই উপলক্ষে দিয়া … Read more