নগাঁও উপ-নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি

নগাঁও উপ-নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি

ডিজিটেল সেৱা,নগাঁও : নগাঁও লোকসভা সমষ্টিৰউপ-নিৰ্বাচনৰ বাবে এই নিৰ্বাচনৰ ৰিৰ্টানিং বিষয়া তথা নগাঁও জিলা নিৰ্বাচন বিষয়া আৰণ্যক শইকীয়াই আজি আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি আজিৰে পৰাই মনোনয়ন দাখিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে সহকাৰী ৰিটাৰ্ণিং বিষয়া হিচাপে অতিৰিক্ত আয়ুক্ত পল্লৱী গগৈক দায়িত্ব অৰ্পন কৰা হৈছে। অহা ১৬ ছেপ্টেম্বৰৰ ভিতৰত দিনৰ … Read more

নগাঁও বিশ্ববিদ্যালয়ত জিলা আয়ুক্ত আৰণ্যক শইকীয়া

নগাঁও বিশ্ববিদ্যালয়ত জিলা আয়ুক্ত আৰণ্যক শইকীয়া

ডিজিটেল সেৱা: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচন উপলক্ষ্যে ভোটাৰ শিক্ষা আৰু সজাগতা কাৰ্যসূচীৰ (ছুইপ)ৰ অংশ হিচাপে আজি নগাঁও বিশ্ববিদ্যালয়ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়াই ১৮ বছৰৰ উৰ্ধৰ নতুন তথা যুৱ শিক্ষাৰ্থীসকলক দেশৰ ৰাজনৈতিক ক্ষেত্ৰত সতৰ্ক আৰু ভোটদানৰ অধিকাৰৰ ক্ষেত্ৰত সক্ৰিয় হ’বলৈ আহ্বান জনায়। আয়ুক্তগৰাকীয়ে নিজৰ ভাষণত আগন্তুক … Read more

নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ জিলা আয়ুক্তক সাক্ষাৎ

নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ জিলা আয়ুক্তক সাক্ষাৎ

ডিজিটেল সেৱা, নগাঁও : নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ এটি সজাতি দলে জিলা খনৰ নৱ নিযুক্ত জিলা আয়ুক্ত আৰণ্যক শইকীয়াক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। এচ’চিয়েছনৰ তৰফৰ পৰা জিলা আয়ুক্ত গৰাকীক গামোচা, চেলেং আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনোৱা হয়। জিলা আয়ুক্ত গৰাকীয়ে নগাঁও প্ৰিন্ট মিডিয়া এচ’চিয়েছনৰ সাংবাদিক সকলৰক ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত জিলা খনৰ উন্নয়নৰ স্বাৰ্থত … Read more