নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে
ডিজিটেল সেৱা: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷ ইতিমধ্যে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ বিজেপিত যোগ দিয়া দেৱাশীষ শৰ্মাক বিজেপিয়ে প্ৰক্ষেপ কৰিলে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে ৷ ৮ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিছিল সদ্য অৱসৰী আইএএছ বিষয়া দেৱাশীষ শৰ্মাই ৷ প্ৰশাসনিক বিষয়াৰ পৰা অৱসৰ লৈয়ে শৰ্মাই প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ … Read more