নিৰ্বাচনী দায়িত্ব পালন কৰাটো এক মহৎ কৰ্তব্য: আয়ুক্ত আৰণ্যক শইকীয়া
ডিজিটেল সেৱা: “গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱত নিৰ্বাচনী দায়িত্ব পালন কৰাটো এক মহৎ কৰ্তব্য।” আজি নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত আৰণ্যক শইকীয়াই এইদৰে কয়। তেওঁ সকলো বিষয়া কৰ্মচাৰীকে অতি দায়িত্ববোধ, সততা, নিষ্ঠা আৰু আত্মবিশ্বাসেৰে নিজ নিজ নিৰ্বাচনী কৰ্তব্য সম্পন্ন কৰিবলৈ আহ্বান জনায় আৰু প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ … Read more