একেদিনাই ১৫ খনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ দেৱাশীষ শৰ্মাৰ
◆মোস্তাফা কামাল◆ নগাঁও লোকসভা উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হৈছে। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নিষ্প্ৰভ ভুমিকাৰ সুযোগ গ্ৰহণ কৰি শাসকীয় বিজেপি আৰু এআইইউডিএফ দলৰ ব্যাপক তৎপৰতা আৰম্ভ হোৱা দেখা গৈছে। সোমবাৰৰ দিনটোত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত গড়াজান মণ্ডল বিজেপিৰ উদ্যোগত ১৫ খনকৈ ৰাজহুৱা … Read more