ইয়াহইয়া আহমদ বৰভূঞাৰ ‘সৰ্বক্ষেত্ৰত কুৰআনৰ প্ৰাসংগিকতা’ উন্মোচন
◆জমিৰ উদ্দিন তালুকদাৰ◆ গ্ৰন্থ কেৱল জ্ঞান আহৰণৰ মাধ্যমেই নহয়, ই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জ্ঞান, অভিজ্ঞতা আৰু প্ৰজ্ঞাৰ সেঁতু হিচাপে কাম কৰে। গুহাবাসী মানুহৰ যুগৰ পৰা আধুনিক সভ্যতালৈ আৰু শিলালিপিৰ পৰা মুদ্ৰিত গ্ৰন্থ তথা ডিজিটেল যুগলৈ মানৱ সভ্যতাৰ উত্তৰণৰ প্ৰতিটো পৰ্যায়তে গ্ৰন্থৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এই মন্তব্য বিশিষ্ট লেখক-কবি দিলাল আহমেদৰ। নীলবাগানস্থিত জলিলীয়া মাদ্ৰাছাৰ সভাগৃহত আজি … Read more