দূৰ্ঘটনাগ্ৰস্তক বোকোচাত তুলি চিকিৎসালয়লৈ প্ৰেৰণ সাংসদ দেৱাশীষ শৰ্মাৰ

দূৰ্ঘটনাগ্ৰস্তক বোকোচাত তুলি চিকিৎসালয়লৈ প্ৰেৰণ সাংসদ দেৱাশীষ শৰ্মাৰ

ডিজিটেল সেৱা,নগাঁও: পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পথৰ দাঁতিত অচেতন অৱস্থাত পৰি থকা এজন লোকক উদ্ধাৰ কৰি নিজৰ বাহনেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰি মানৱীয়তাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ নৱনিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই।জানিব পৰা মতে, পুৱাই নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে যাত্ৰা কৰি থকা সময়তে পথৰ দাঁতিত দুৰ্ঘটনাত পতিত হৈ এজন লোক অচেতন অৱস্থাত পৰি থকা … Read more