সাংসদ-বিধায়কৰ গীত-মাতেৰে নগাঁৱত বিজেপিৰ বিজয় উৎসৱ

সাংসদ-বিধায়কৰ গীত-মাতেৰে নগাঁৱত বিজেপিৰ বিজয় উৎসৱ

অদিতি সেৱা, নগাঁও: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হিচাপে দেৱাশীষ শৰ্মাই জয়লাভ কৰাক লৈ উৎফুল্লিত শাসকীয় দলটো ।এইবাৰ বিজেপিৰ বিজয়োৎসৱত শিল্পীৰ ৰূপত দেখা গ’ল গেৰুৱা দলটোৰ সাংসদ-বিধায়কক । পূৰ্বে দুবাৰকৈ কংগ্ৰেছৰ দখলত থকা লোকসভা সমষ্টিটো বিজেপিয়ে পুনৰুদ্ধাৰ কৰাৰ পাছতে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা মুখ্যমন্ত্ৰীলৈ সকলো উৎফুল্লিত হৈ আছে ।সেয়ে নগাঁৱৰ কলঙৰ বাকৰিৰ নেহৰুবালিত … Read more

আজমল ছুপাৰ ৪০ৰ ১০ কোটি টকাৰ স্কলাৰশ্বিপ ঘোষণা

আজমল ছুপাৰ ৪০ৰ ১০ কোটি টকাৰ স্কলাৰশ্বিপ ঘোষণা

◆জমিৰ উদ্দিন তালুকদাৰ◆ আগন্তুক শিক্ষাবৰ্ষত আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীসকলক বিনামূলীয়া শিক্ষা আৰু জলপানিৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০-এ মুঠ ১০ কোটি টকাৰ স্কলাৰশ্বিপ ঘোষণা কৰিছে। ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হ’ব। অসমৰ লগতে বিহাৰ, পশ্চিমবংগ, নাগালেণ্ড আৰু মণিপুৰক সামৰি মুঠ ৬০টা স্থানত এই … Read more