ডিচেম্বৰত ভাৰতলৈ আহিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি

ডিচেম্বৰত ভাৰতলৈ আহিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি

অদিতি সেৱা:১৪ বছৰৰ মূৰত ভাৰতৰ মাটিত ভৰি দিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি । ২০২৫ চনৰ ১৩ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত ভাৰতত উপস্থিত হ’ব ফুটবলাৰগৰাকী ।লক্ষণীয়ভাৱে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেট তাৰকাৰ সৈতেও তেওঁক খেলপথাৰত দেখা যাব । দক্ষিণ মুম্বাইৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত তেওঁলোকৰ সৈতে মেছিক এক্সন মুডত দেখা যাব ।মুম্বাই ক্ৰিকেট … Read more

এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা: ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ

এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা: ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ

অদিতি সেৱা: ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত এছিয়া কাপ অনুষ্ঠিত হ’ব ৷ শনিবাৰে এই কথা ঘোষণা কৰে এ চি চিয়ে ৷ এছিয়া কাপ ২০২৫ত ভাৰত বনাম পাকিস্তানৰ দুখন গুৰুত্বপূৰ্ণ মেচ ডুবাইত অনুষ্ঠিত হ’ব।২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলকে ধৰি ডুবাইত ১১খন খেল অনুষ্ঠিত হ’ব, আনহাতে আবুধাবিত ৮খন খেল অনুষ্ঠিত হ’ব ৷১৪ ছেপ্টেম্বৰত ডুবাইত আৰু পুনৰবাৰ … Read more