কেৱল যুদ্ধবিৰতিয়েই যথেষ্ট নহয়, শান্তি চুক্তিৰ প্ৰয়োজন

কেৱল যুদ্ধবিৰতিয়েই যথেষ্ট নহয়, শান্তি চুক্তিৰ প্ৰয়োজন

অদিতি ডেস্ক: শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পে স্পষ্টভাৱে সকীয়াই দিছিল যে যদি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘গুৰুতৰ পৰিণতি’ৰ সন্মুখীন হ’ব লাগিব আলাস্কা শীৰ্ষ সন্মিলনৰ পাছত হঠাতে সলনি হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্থিতি। শীৰ্ষ সন্মিলনৰ পূৰ্বে তেওঁ স্পষ্টভাৱে সকীয়াই দিছিল যে যদি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘গুৰুতৰ পৰিণতি’ৰ … Read more

ভাৰতে নিৰ্মাণ কৰিব শক্তিশালী হাইড্ৰ’ জেনচালিত ৰে’ল

ভাৰতে নিৰ্মাণ কৰিব শক্তিশালী হাইড্ৰ’ জেনচালিত ৰে’ল

আদিতি ডেস্ক: শীঘ্ৰে ভাৰতে মুকলি কৰিব হাইড্ৰ‘জেনচালিত ট্ৰেইন। ৰে’লৱে মন্ত্ৰী অশ্ৱিনী বৈষ্ণৱে অলপতে ‘X’যোগে এইকথা প্ৰকাশ কৰে। চেন্নাইৰ Integral Coach Factoryত হাইড্ৰ‘জেনচালিত ট্ৰেইনখন পৰীক্ষামূলকভাৱে চলাই থকা হৈছে।এই বৃহৎ প্ৰকল্পটোৰ বাবে দেশৰ ৰে’লৱে মন্ত্ৰণালয়ে ২০২৩-২৪ বৰ্ষত আৱণ্টন কৰিছে ২৮০০ কোটি টকা। দেশৰ ৰে’ল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে, ৰে’ল নিৰ্মাণৰ বাবে লগা যাৱতীয় … Read more

এইবাৰ ভাৰততে লেপটপ প্ৰস্তুত কৰিব ‘চেমচাঙে’

এইবাৰ ভাৰততে লেপটপ প্ৰস্তুত কৰিব ‘চেমচাঙে’

অদিতি ডেস্ক: এতিয়াৰে পৰা ভাৰততে লেপটপ প্ৰস্তুত কৰিব বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান চেমচাঙে। ইতিমধ্যে এই কাম আৰম্ভ হৈছে নয়দাত। ইতিমধ্যে ছেমছাঙে ভাৰতত লেপটপ নিৰ্মাণ আৰম্ভ কৰিছে, গ্ৰেটাৰ নয়ডাৰ নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে কোম্পানীটোৱে।দক্ষিণ কোৰিয়াৰ ইলেক্ট্ৰনিক্স মেজৰ কোম্পানীটোৱে ইতিমধ্যে গ্ৰেটাৰ নয়ডা প্লাণ্টত ফিচাৰ ফোন, স্মাৰ্টফোন, ৱেয়াৰেবল, আৰু টেবলেট নিৰ্মাণ কৰিছে। এতিয়া সেই তালিকাত লেপটপ সংযোজন কৰা … Read more

জ্যোতি প্ৰসাদ ৰাজখোৱাৰ ৰচিত “বাৰ মাহ” নামৰ কবিতাৰ উন্মোচন

জ্যোতি প্ৰসাদ ৰাজখোৱাৰ ৰচিত “বাৰ মাহ” নামৰ কবিতাৰ উন্মোচন

অদিতি সেৱা, নগাঁও: সোমবাৰে জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কদমনী টাউন হাইস্কুলত অনুষ্ঠিত হোৱা টি এ আৰ এল প্ৰশিক্ষণত শিশুসকলক বাৰ মাহৰ জ্ঞান অতি সহজে প্ৰদান কৰাৰ মহৎ উদ্দেশ্যেৰে নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত পতিয়া পথাৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ সহ: শিক্ষক তথা জিলাৰ শ্ৰেষ্ঠ যুৱ বঁটা প্ৰাপ্ত জ্যোতি প্ৰসাদ ৰাজখোৱাৰ অন্য এটি কবিতা “বাৰ মাহ” জিলা … Read more