জুবিন গাৰ্গৰ ন্যায় আৰু আমাৰ সামাজিক দায়বদ্ধতা
●মুৰুলী বৰুৱা জুবিন বিহীন অসমত আজি অসংখ্য জনে কান্দিছে । জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে বাকৰূদ্ধ কৰি পেলাইছিল সমগ্ৰ অসমবাসীক । জুবিন গাৰ্গৰ সাগৰ সদৃশ বিশাল সৃষ্টি তথা সাংস্কৃতিক সম্ভাৰে অনন্ত কাললৈ সমৃদ্ধিশালী কৰিলে অসম আৰু অসমীয়াক । জাতিটোক সাহস আৰু শক্তি দিছিল তেওঁ । যিটো কথা জুবিন জীৱিত কালত অনুভৱেই হয়তো কৰিব পৰা নাছিল অসমবাসীয়ে … Read more