সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী আয়োজন সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী আয়োজন সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

ডিজিটেল সেৱা, নগাঁও: ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অহা ৫ নৱেম্বৰ তাৰিখটো মহান শিল্পী গৰাকীৰ চতুৰ্দশ সংখ্যক মৃত্যুবাৰ্ষিকী ভাগ অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ জিলা সমূহৰ লগতে সম জিলা সমূহতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ দিহা কৰা হৈছে। সুধাকণ্ঠ গৰাকীৰ মৃত্যু বাৰ্ষিকী ভাগ নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অহা … Read more

ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেৱাশীষ শৰ্মাৰ আকস্মিক পৰিদৰ্শন

ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেৱাশীষ শৰ্মাৰ আকস্মিক পৰিদৰ্শন

ডিজিটেল সেৱা: নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড নিৰীক্ষণ কৰাৰ উদ্দেশ্যেৰে নগাঁও চহৰৰ মাজমজিয়া স্থিত ডচন  উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত ৩ নৱেম্বৰ তাৰিখে আকস্মিক পৰিদৰ্শন কৰে । এই পৰিদৰ্শন কালচোৱাত আয়ুক্ত গৰাকীয়ে ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এক গুৰুতৰ অনিয়মৰ তথ্য পোহৰলৈ আনে ।অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা বিশেষকৈ কন্যা … Read more

শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভা সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভা সম্পন্ন

ডিজিটেল সেৱা, বটদ্ৰৱা : ২ নৱেম্বৰ তাৰিখে, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভাখন বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ সমুদ্ৰ গুপ্ত কাশ্যপৰ সভাপতিত্বত, জিলা আয়ুক্ত, দেৱাশীষ শৰ্মাৰ লগতে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, নিৰ্বাচনী বিষয়া শেখৰন ফুকন, সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী, ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, সৌৰভ কুমাৰ দাসকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ … Read more

জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসলৈ ড° আবু হাণিফা স্মাৰক বঁটা’২০২৫

জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসলৈ ড° আবু হাণিফা স্মাৰক বঁটা’২০২৫

ডিজিটেল সেৱা, নগাঁও: নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, লেখক হেমেন কুমাৰ দাসলৈ আগবঢ়োৱা হৈছে ড° আবু হাণিফা স্মাৰক সাংবাদিক বঁটা ‘২০২৫। তিনিটা দশকৰো অধিক কাল সক্ৰিয় সাংবাদিকতাৰে জড়িত হৈ নগাঁৱৰ সাংবাদিক ক্ষেত্ৰ খন সমৃদ্ধ কৰা জ্যেষ্ঠ সাংবাদিক গৰাকীক অহা ১৬ নৱেম্বৰত নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত বিয়লি দুই বজাত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এক অনুষ্ঠানত এই বঁটা … Read more