নগাঁও জিলাত এখন গাঁৱৰ ৪০ শতাংশ লোকৰ কিডনী বিক্ৰী !

নগাঁও জিলাত এখন গাঁৱৰ ৪০ শতাংশ লোকৰ কিডনী বিক্ৰী !

ডিজিটেল সেৱা,নগাঁও: নগাঁৱত বিগত প্ৰায় চাৰি বছৰে সংঘটিত হৈ আহিছে কিডনী বিক্ৰীৰ দৰে এক ভয়ংকৰ ঘটনা । নিজৰ কিডনী বিক্ৰী কৰাৰ অভিযোগে উন্মোচন কৰিছে অভাৱগ্ৰস্ততাৰ এক ভয়ংকৰ ছবি । এই ঘটনা নগাঁও চহৰৰ হুজ কৈৱৰ্ত গাঁৱৰ ।গাঁওখনৰ প্ৰায় ৪০ শতাংশ লোকেই নিজৰ কিডনী বিক্ৰী কৰা বুলি স্থানীয় লোকৰ লগতে খোদ গাঁওপ্ৰধানেই এক অভিযোগ উত্থাপন কৰাৰ … Read more

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বাঁহীবাদক দীপক শৰ্মাৰ

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বাঁহীবাদক দীপক শৰ্মাৰ

ডিজিটেল সেৱা: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক । সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীবাদক শৰ্মাই । যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বিশিষ্ট বাঁহীবাদকগৰাকী ।মঙলবাৰে পুৱাই চেন্নাইৰ পৰা অসমলৈ অনা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ । বৰঝাৰৰ পৰা পোনে পোনে … Read more