‘চুপা চুপি খণ্ড ২’ ছবিখন অহা ১২ জুন তাৰিখে চিত্ৰগৃহত মুক্তি পাব

‘চুপা চুপি খণ্ড ২’ ছবিখন অহা ১২ জুন তাৰিখে চিত্ৰগৃহত মুক্তি পাব

ডিজিটেল সেৱা: অহা ১২ জুন তাৰিখে ‘চুপা চুপি খণ্ড ২‘ ছবিখন চিনেমা হলত মুক্তি পাব।যোৱা বুধবাৰে ছবিখনৰ লগত জড়িত অভিনেতা আৰু কলা-কুশলীসকল ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত উপস্থিত হয় আৰু ছবিখনৰ সফলতা কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।বৰ্তমান ছবিখনৰ সমগ্ৰ কলা-কুশলী দলটো প্ৰচাৰ অভিযানত অতি ব্যস্ত হৈ পৰিছে। ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে। আনহাতে … Read more

শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ

শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ

ডিজিটেল সেৱা: শুকুৰবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ । নতুন অসমীয়া ছবি ‘বাৰুদ ২’ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত প্ৰাণপুৰুষ জুবিন গাৰ্গৰ আশীৰ্বাদ লয় গৰিমা শইকীয়া গাৰ্গে। জুবিন ক্ষেত্ৰত থকা অনুৰাগীসকলৰ কণ্ঠত জুবিনৰ কালজয়ী গীত শুনি নিজৰ চকুলো ধৰি ৰাখিব নোৱাৰিলে গৰিমাই । অনুৰাগীৰ মৰম আৰু জুবিনৰ স্মৃতিয়ে তেওঁক আৱেগিক কৰি তোলে … Read more

নগাঁও জিলা আয়ুক্তৰ মে’ দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা

নগাঁও জিলা আয়ুক্তৰ মে’ দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা

ডিজিটেল সেৱা, নগাঁও : আন্তৰাষ্ট্ৰীয় মে’ দিৱসৰ দিনটো নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। শুকুৰবাৰে পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে’ দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে … Read more