২৮ জুনত নগাঁও জিলাত প’লিঅ’ দিৱস ৰূপে উদযাপন কৰা হ’ব

২৮ জুনত নগাঁও জিলাত প’লিঅ’ দিৱস ৰূপে উদযাপন কৰা হ’ব

ডিজিটেল সেৱা, নগাঁও: অহা ২৮ জুনত সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো প’লিঅ’ দিৱস ৰূপে উদযাপন কৰা হ’ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ডৰ উপৰি অধিক জনসমাগম হোৱা স্থান সমূহত অস্থায়ী প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰি প’লিঅ’প্ৰতিষেধক প্ৰদান কৰা হ’ব। আজি নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত এই কথা প্ৰকাশ কৰা হয়। … Read more

পৰিবেশ সুৰক্ষাৰ বাবে সংকল্পবদ্ধ হ’বলৈ আহ্বান নগাঁও জিলা আয়ুক্তৰ

পৰিবেশ সুৰক্ষাৰ বাবে সংকল্পবদ্ধ হ’বলৈ আহ্বান নগাঁও জিলা আয়ুক্তৰ

ডিজিটেল সেৱা : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱথৰীয়া গাওঁত আয়োজিত এটি অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰি ৰাইজক প্ৰকৃতি সংৰক্ষণৰ হকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়। তেওঁ জানিবলৈ দিয়া মতে, আজি জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে অন্ততঃ এটাকৈ গছপুলি ৰোৱা হৈছে। এই পুলিবোৰ সযতনে ডাঙৰ-দীঘল … Read more

নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচন’ৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচন’ৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সেৱা: “উদ্বিগ্নতাৰ মাজতো আশাৰ বতৰাতো হৈছে প্লাষ্টিক পচন কৰিব পৰা কিছুমান ভেঁকুৰ আৱিস্কৃত হৈছে আমাৰ ভাৰততে । যিবিলাক ভেঁকুৰে এনজাইম নিঃসৰণ কৰি প্লাষ্টিকৰ অণুবোৰ ভাঙি প্ৰকৃতিৰ কোনো ক্ষতি নোহোৱাকৈ মাটিত মিহলাই দিয়ে । ইতিমধ্যে এই সন্দৰ্ভত বিস্তৃত গৱেষণা চলি আছে আৰু অসমতো সেই ভেঁকুৰৰ বাতাবৰণ উপলব্ধ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে । প্লাষ্টিকে পৰিৱেশ তন্ত্ৰলৈ … Read more