পথ-দুৰ্ঘটনা ৰোধৰ উপায় বিচাৰি নগাঁৱৰ ৰাজপথত ডিচি-এছপি

পথ-দুৰ্ঘটনা ৰোধৰ উপায় বিচাৰি নগাঁৱৰ ৰাজপথত ডিচি-এছপি

ডিজিটেল সেৱা, নগাঁও: নগাঁও চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত সংঘটিত হৈ অহা যান-বাহনৰ দুৰ্ঘটনাৰ সমস্যাৰ ওৰ বিচাৰি আজি জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে চহৰৰ লগতে ঘাই পথৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। আজি তেওঁলোকে নগাঁও চহৰৰ পৰা উৰিয়াগাঁও হৈ উজনি অসমলৈ যোৱা পথৰ সমীপৰ আউনীআটী আৰু নৰ্ত্তম গাঁৱলৈ যোৱা সংযোগকাৰী পথত সৃষ্টি … Read more

কলিয়াবৰ শিলঘাটত বাঘৰ আতংক অঞ্চল পৰিদৰ্শন নগাঁও জিলা আয়ুক্তৰ

কলিয়াবৰ শিলঘাটত বাঘৰ আতংক অঞ্চল পৰিদৰ্শন নগাঁও জিলা আয়ুক্তৰ

ডিজিটেল সেৱা,কলিয়াবৰ: কলিয়াবৰ সম-জিলাৰ অন্তৰ্গত শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা দুটাকৈ ঢেঁকীয়াপতীয়া বাঘ (ৰয়েল বেংগল টাইগাৰ) জনাঞ্চললৈ ওলাই অহাৰ ঘটনাই সম্প্ৰতি কামাখ্যা গাঁও, সোণাৰী গাঁও আৰু কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ওচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বাঘ দুটাৰো সুৰক্ষাৰ স্বাৰ্থত বন বিভাগৰ তৰফৰ পৰা ইতিমধ্যেই সেই অঞ্চলসমূহত বনকৰ্মী মোতায়েন কৰা … Read more

কলিয়াবৰত পথ সুৰক্ষা বিষয়ক সজাগতা সভাত আয়ুক্ত দেৱাশীষ শৰ্মা

কলিয়াবৰত পথ সুৰক্ষা বিষয়ক সজাগতা সভাত আয়ুক্ত দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা,কলিয়াবৰ: যোৱা এমাহত নগাঁও জিলাত সংঘটিত হোৱা ৩৫ টা পথ দুৰ্ঘটনাত ২২ লোকে প্ৰাণ হেৰুৱাইছে। এই উদ্বেগজনক তথ্য সদৰি কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। কালি কলিয়াবৰত অনুষ্ঠিত পথ সুৰক্ষা বিষয়ক এখন সজাগতা সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, একোটা দুৰ্ঘটনাই এটা বা একাধিক পৰিয়ালৰ জীৱনলৈ ভয়াবহ দুৰ্যোগ কঢ়িয়াই আনে। সেয়ে … Read more

ডা: আনোৱাৰ হুছেইন চৌধুৰীলৈ ড° বি আৰ আম্বেদকাৰ নেচনেল এৱাৰ্ড

ডা: আনোৱাৰ হুছেইন চৌধুৰীলৈ ড° বি আৰ আম্বেদকাৰ নেচনেল এৱাৰ্ড

ডিজিটেল সেৱা: ভাৰতৰ প্ৰায় বিভিন্ন ৰাজ্যৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ মাজত জি এইচ আৰ পি এফ ৰিচাৰ্ড ইনষ্টিটিউটৰ সহযোগত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ বিশেষ অনুষ্ঠানত ২৩ মে’ত নতুন দিল্লীৰ দ্বাৰকা চেক্টৰ ৭ ত অসমৰ হোজাই জিলাৰ অন্তৰ্গত ডবকাৰ এগৰাকী জনপ্ৰিয় চিকিৎসক, স্বাস্থ্য সেৱক তথা মানৱ সেৱাৰ জৰিয়তে পৰিচিত ডা: আনোৱাৰা হুছেইন চৌধুৰীক ‘জি এইচ আৰ পি এফ … Read more