নগাঁও জিলাৰ ১৪ টা স্থানত একেলগে আৰম্ভ হ’ল জনকল্যান শিবিৰ
ডিজিটেল সেৱা, নগাঁও : জনসাধাৰণক চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা সহজতে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰা, জনসাধাৰণৰ ওজৰ-আপত্তি বা অভিযোগৰ ক্ষীপ্ৰ সমাধান কৰা আৰু সকলো জনকল্যাণমূলক সেৱা তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে আজি ১৮ জুনৰ পৰা নগাঁও জিলাত আৰম্ভ হৈছে তিনিদিনীয়া ‘জনকল্যাণ শিবিৰ, ২০২৬’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ ১২ … Read more