যোগপ্ৰেৰণা ফাউণ্ডেচনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
ডিজিটেল সেৱা, চামগুৰি : বিগত বৰ্ষ সমূহৰ দৰে নগাঁও জিলাৰ চামগুৰি স্থিত আৰু নগাঁও টাউনৰ পানীগাঁও স্থিত অগ্ৰণী যোগ প্ৰতিষ্ঠান “যোগপ্ৰেৰণা ফাউণ্ডেচন”ৰ উদ্যোগত “ৰাভা দিৱস”ৰ লগত সংগতি ৰাখি ২০ জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী অনুসৰি ২১ জুনত নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ কুৰুৱাবাহী কছাৰী গাঁও … Read more