ডবকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে শিক্ষা বিভাগ, পঞ্জীয়ন বাতিল

ডবকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে শিক্ষা বিভাগ, পঞ্জীয়ন বাতিল

◆জমিৰ উদ্দিন তালুকদাৰ◆ অসম চৰকাৰৰ শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ ক্ষেত্ৰত কেতবোৰ স্পষ্ট নীতি-নিয়ম মানি স্থাপনৰ অনুমতি দিয়াৰ সময়ত হোজাই জিলাত চৰকাৰী বিধি-বিধান নমনাকৈ একাংশ শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে৷ এনে বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে হোজাই জিলা শিক্ষা বিভাগে৷ হোজাই জিলা শিক্ষা বিভাগৰ প্ৰতিবেদনৰ ভিত্তিত অসম ৰাজ্যিক … Read more

নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, ক্ৰীড়া সন্থাৰ ক্ৰিকেট খেল অনুষ্ঠিত

নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, ক্ৰীড়া সন্থাৰ ক্ৰিকেট খেল অনুষ্ঠিত

ডিজিটেল সেৱা, নগাঁও: ব্যস্ততাপূৰ্ণ জীৱনশৈলীত ক্ৰীড়া বা খেল-ধেমালিৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। ক্ৰীড়াই মানুহৰ শাৰীৰিক সুস্থতা বজাই ৰখাৰ লগতে শৰীৰ সজীৱ আৰু সক্ৰিয় কৰি ৰখাত বিশেষভাৱে সহায় কৰে। ​এই উদ্দেশ্য আগত ৰাখিয়েই,২৭ জুন তাৰিখে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন একাদশ আৰু নগাঁও জিলা ক্ৰীড়া সন্থা (প্ৰাক্তন খেলুৱৈ)ৰ মাজত এক বন্ধুত্বপূৰ্ণ ক্ৰিকেট খেল অনুষ্ঠিত হৈ যায়। ​ … Read more