হোজাইত চোৰং কাঠ ব‍্যৱসায়ী বদৰুলৰ সাম্ৰাজ‍্যত বন বিভাগৰ অভিযান

হোজাইত চোৰং কাঠ ব‍্যৱসায়ী বদৰুলৰ সাম্ৰাজ‍্যত বন বিভাগৰ  অভিযান

◆জমিৰউদ্দিন তালুকদাৰ◆ চোৰাং কাঠ ব্যৱসায়ী আৰু কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে৷ হোজাই জিলাৰ কুখ্যাত চোৰাং কাঠৰ ব‍্যৱসায়ী বদৰুল ইছলামৰ অবৈধ কাঠ ফলা মিল জব্দ কৰিছে বন বিভাগে। লগতে বুজন পৰিমাণৰ মূল্যবান চেগুন কাঠ সহ অন‍্যান‍্য কাঠো জব্দ কৰা হৈছে। উল্লেখ‍্য বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ সকীয়নিৰ পিছতে হোজাই জিলাত এটাৰ পিছত এটাকৈ চোৰাং … Read more

দেশৰ অৰ্থনীতিত সমবায় সমিতি সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে: কেশৱ মহন্ত

দেশৰ অৰ্থনীতিত সমবায় সমিতি সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে: কেশৱ মহন্ত

ডিজিটেল সেৱা,কলিয়াবৰ: কেন্দ্ৰীয় চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি নগাঁও জিলাতো যোৱা ২৯ জুনৰ পৰা অহা ৬ জুলাই ২০২৬ লৈকে আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস সপ্তাহজোৰাকৈ উদযাপনৰ কৰা হৈছে। এই উপলক্ষে আজি সমবায় বিভাগ আৰু কলিয়াবৰ সম-জিলাৰ সমবায় সমিতি সমূহৰ সহযোগিতাত দ্বাৰবাগৰী সমবায় সমিতিৰ জখলাবন্ধাৰ বাঘজানত থকা শাখা কাৰ্যালয়ত এক বিশেষ কাৰ্যসূচী ৰূপায়িত … Read more