নগাঁৱত চিত্ৰ প্ৰদৰ্শনী মুকলি কৰিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

নগাঁৱত চিত্ৰ প্ৰদৰ্শনী মুকলি কৰিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা: “শিল্পকলাৰ মাজত থাকে স্মৃতি ধৰি ৰখা, আৱেগ প্ৰকাশ কৰা আৰু হৃদয়সমূহক একলগ কৰাৰ এক অপূৰ্ব শক্তি। সেই শক্তিৰে সমাজ সুন্দৰ কৰাৰ প্ৰয়াস যুগ যুগান্তৰ ধৰি চলি আহিছে।” আজি নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ কৰা বিথিকাত আয়োজিত এখন চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি দিয়া ভাষণত এইদৰে কয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। অসমৰ একাংশ প্ৰতিভাশালী শিল্পীৰ … Read more

সকলো প্ৰকৃত কৃষকে পঞ্জীয়ন কৰাৰ নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ

সকলো প্ৰকৃত কৃষকে পঞ্জীয়ন কৰাৰ নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ

ডিজিটেল সেৱা: নগাঁও জিলাৰ প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা আৰু সাৰ লাভৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষীপ্ৰ তথা সম্প্ৰসাৰিত কৰিবলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ প্ৰদান কৰিছে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত কৃষক পঞ্জীয়নৰ বিষয়টোৰ পৰ্যালোচনা কৰি তেওঁ এইদৰে কয়। উল্লেখযোগ্য যে, … Read more

কাৰ ভুলৰ বাবে দ’ খাৱৈত পৰি মৃত্যু হ’ল তিনি কিশোৰ-কিশোৰীৰ ?

কাৰ ভুলৰ বাবে দ’ খাৱৈত পৰি মৃত্যু হ’ল তিনি কিশোৰ-কিশোৰীৰ ?

◆জমিৰউদ্দিন তালুকদাৰ◆ পাহাৰৰ মাটিত জেচিবিৰে একাংশ লোকে খনন কৰাৰ ফলত সৃষ্টি হোৱা দ’ খাৱৈত পৰি মংগলবাৰে ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মদাৰতলিত দুগৰাকী কিশোৰীৰ লগতে এজন কিশোৰৰ সলিল সমাধি ঘটে৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ডবকা পাহৰৰ নামনি অংশৰ সমতল ভূমিত স্থানীয় কেইগৰাকী মান লোকে পাহাৰৰ … Read more