কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিভিন্ন অঞ্চল: জলমগ্ন বহু গাঁও

কৃত্ৰিম বানত বিধ্বস্ত গেলেকীৰ বিভিন্ন অঞ্চল: জলমগ্ন বহু গাঁও

ডিজিটেল সেৱা, ​গেলেকী: যোৱা নিশাৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত গেলেকীৰ অভ্যন্তৰীণ তথা ভিতৰুৱা বহু অঞ্চলত তীব্ৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। স্থানীয় কেইবাখনো নদীৰ বাঢ়নী পানীয়ে ক্ষিপ্ৰতাৰে সমগ্ৰ অঞ্চল বুৰাই পেলোৱাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ​বানৰ কৱলত পৰা উল্লেখযোগ্য অঞ্চলসমূহৰ ভিতৰত নামতি অঞ্চলৰ লোণপুৰীয়া, গেলেকীৰ ন-পাম বাৰুৱতীৰ গোহাঁই গাঁও, চাংমাই টিং, বৰহোলা, … Read more

নাজিৰাত ৰেলৰ খুন্দাত দিখৌ নদীত পৰি সন্ধানহীন বিহাৰৰ এজন ব্যক্তি

নাজিৰাত ৰেলৰ খুন্দাত দিখৌ নদীত পৰি সন্ধানহীন বিহাৰৰ এজন ব্যক্তি

​ডিজিটেল সেৱা,গেলেকী :  নাজিৰা-শিমলুগুৰি সংযোগী দিখৌ নদীৰ ৰেল দলঙৰ ওপৰত আজি এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। ৰেলৰ খুন্দাত এজন ব্যক্তি নদীৰ বুকুলৈ ছিটকি পৰি সন্ধানহীন হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱা নাজিৰা-শিমলুগুৰি সংযোগী ৰেল দলঙৰ ওপৰেদি পাৰ হৈ থকাৰ সময়তে উজনিমুৱা এখন এক্সপ্ৰেছ ৰেলে ব্যক্তিজনক খুন্দা মাৰে। ইয়াৰ ফলত তেওঁ দলঙৰ ওপৰৰ পৰা পোনপটীয়াকৈ … Read more