নগাঁও জিলাৰ চামগুৰিৰ সাংবাদিক নয়নমনি বৰা মৃত্যুত শোকৰ ছাঁ
অদিতি সেৱা, চামগুৰি :- নগাঁও জিলাৰ চামগুৰিৰ সংবাদ জগতৰ লগত জড়িত তথা জ্যেষ্ঠ-কনিষ্ঠ সকলোৰে মৰমৰ উদীয়মান সাংবাদিক নয়নমনি বৰাৰ দেহাৱসান ঘটা খবৰে সমগ্ৰ চামগুৰি অঞ্চলতে শোঁকৰ ছাঁ পেলাইছে। ২৯ বছৰ বয়সত সাংবাদিকগৰাকীৰ এনে আকস্মিক বিয়োগে সমগ্ৰ সংবাদ জগতখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।প্ৰাপ্ত তথ্য মতে, অসমীয়া প্ৰতিদিনৰ ইলক্ট্ৰ’নিক মাধ্যমৰ সাংবাদিক নয়নমনি বৰা বিগত কিছুদিন ধৰি গুৰুতৰভাৱে … Read more