স্বাস্থ্য মন্ত্ৰীৰ চামগুৰি স্বাস্থ্য কেন্দ্ৰ আৰু ট্ৰমা কেন্দ্ৰ পৰিদৰ্শন
ডিজিটেল সেৱা: নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰাৰ পিছতে মন্ত্ৰীগৰাকীয়ে চামগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অৱস্থিত পুষ্টি পুনৰুদ্ধাৰ কেন্দ্ৰ (Nutrition Rehabilitation Centre) পৰিদৰ্শন কৰি অপুষ্টিত আক্ৰান্ত শিশুসকলক আগবঢ়োৱা চিকিৎসা আৰু পুষ্টি সেৱা, কেন্দ্ৰটোৰ আন্তঃগাঁথনি, চিকিৎসা সুবিধা, পৰিচ্ছন্নতা, খাদ্য আৰু যত্নৰ ব্যৱস্থাৰ বুজ লয়। কেন্দ্ৰটোৰ সেৱাৰ মান অধিক উন্নত কৰি শিশুসকলৰ যথাযথ চিকিৎসা আৰু পুষ্টিগত পুনৰুদ্ধাৰ … Read more