নগাঁৱত বিশ্ব স্তনপান সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান
অদিতি সেৱা, নগাঁও: প্ৰতি বছৰে ১আগষ্টৰ পৰা ৭ আগষ্ট তাৰিখলৈকে সমগ্ৰ বিশ্বতে সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা “বিশ্ব স্তনপান সপ্তাহ”ৰ অংশ স্বৰূপে নগাঁও জিলাৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্র (বি. পি. এইচ. চি.)ও খণ্ডৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য খণ্ডত সজাগতামূলক কার্যসূচীৰে যোৱা ১ আগষ্ট তাৰিখৰ পৰা বিশ্ব স্তনপান সপ্তাহৰ শুভাৰম্ভণি কৰা হয়। যোৱা ১আগষ্ট তাৰিখে বুঢ়াগোহাঁইথানৰ চিলঙনী মিনি … Read more